Tuesday, April 28, 2020

ADVERTISE

বিজ্ঞাপন 


হৃদয়ত  এগালমান দুখে বাহৰ পাতিলে।
মুখ গুজি কান্দিবলৈ এখন বুকুৰ প্ৰয়োজন ।।


এটা কলিজাৰ অভাৱ.....

কথা দিছো
তেজ ৰঙা গোলাপৰ পাহিত
এগালমান মৰম আৰু অভিমান সানি
ফেনেকি ফেনেকি নিজৰ কৰি ল'ম।
আজীৱন ।
আজীৱন ।।

---- মনোজ মহন্ত 

2 comments:

Sumit said...

সুন্দৰ লিখনি


Sumit said...

সুন্দৰ লিখনি