Wednesday, April 29, 2020

assamese poem

বুকুৰ বিষ
বয়সৰ দোষ  নথকাৰ পিছতো 
ভালপোৱাবোৰ হয় এটা কাছৰ গিলাচ
থাং কৈ পৰিল মানে 
তাৰ অস্তিত্বই শেষ।

তাৰ পিছত কটাৰ ভয়
ভয় মানে এনেকুৱাকৈ কাঁটে
বুকুৰ সেই ঘাঁ 
কেতিয়াও নোশুকাই ।।

মনোজ মহন্ত
গহপুৰ

No comments: